নিউজ ডেস্ক:
ওড়িশাত প্ৰলয়ংকৰী ঘূৰ্ণি ধুমুহা 'ফানী'য়ে পুৰীৰ সমীপৰ উপকূলীয় অঞ্চলত পুৱা ৯-৪০ বজাত খুন্দা মাৰিছে।বৰ্তমান বতাহৰ গতিবেগ ১৮৫ কি:মি:।বতাহে উৰুৱাই নিছে গছ- গছনি, ঘৰ -দুৱাৰ।একপ্ৰকাৰ প্ৰলয় আৰম্ভ হৈছে পুৰী,গোপালপুৰ আদি এলেকাত।
- Log in to post comments
- 50 views