আইপিএলৰ ইতিহাসত ১০০টা কেচ ধৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে 'চেন্নাই চুপাৰ কিংছ'ৰ সুৰেশ ৰাইনা।'দিল্লী কেপিটেলছ'ৰ বিৰুদ্ধে বুধবাৰে অনুষ্ঠিত এখন খেলত দীপক চাহৰৰ বলত পৃথ্বী শ্ব'ৰ কেচ ধৰি এই অভিলেখ গঢ়ে ৰাইনাই।
২০০৮ চনৰ পৰা ২০১৯ চনলৈ আইপিএলৰ ১৮৯ খন মেচত ১০০ টা কেচ ধৰিছে ৰাইনাই।
- Log in to post comments
- 13 views