এটা ব্ৰিটিছ কোম্পানীৰ নথি-পত্ৰত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক বুলি ঘোষণা কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাহুল গান্ধীৰ পৰা ১৫ দিনৰ ভিতৰত উত্তৰ বিচাৰিছে।
বিজে পি সাংসদ সুব্ৰমণিয়ম স্বামীয়ে এই সন্দৰ্ভত গৃহ মন্ত্ৰণালয়ক অভিযোগ দিছিল।
- Log in to post comments
- 23 views