অহা ২৪ ঘণ্টাত অধিক ভয়ংকৰ ৰূপ ল'ব
ঘূৰ্ণি ধুমুহা 'ফেনী'য়ে।বতৰ বিজ্ঞান বিভাগ ৰ তথ্য মতে অহা ৩ মে'লৈ পুডুুছেৰী,দক্ষিণ অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুৰ উপকূল অঞ্চলৰ পৰিস্থিতি বিপদজনক হৈ থাকিব।
কেৰেলাৰ ভিতৰুৱা অঞ্চলসমূহত সোমবাৰ আৰু মঙলবাৰে প্ৰচুৰ বৰষুণ হ'ব বুলিও কৈছে বতৰ বিজ্ঞান বিভাগে।
- Log in to post comments
- 100 views