মোডীয়ে লিখিলে-'হিন্দুস্তান জিন্দাবাদ থা,হে ঔৰ ৰ'হেগা'

sunny

নিউজ ডেস্ক:

শেহতীয়াকৈ বিজেপিত যোগ দিয়া জনপ্ৰিয় অভিনেতা ছানী দেওলে সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰিলে-আমি দুয়ো একমত যে হিন্দুস্তান জিন্দাবাদ থা,হে,ঔৰ ৰ'হেগা।


ছানীৰ নম্ৰতাত মুগ্ধ হোৱা বুলি উল্লেখ কৰি মোডীয়ে 'গডৰ'ৰ এই বিখ্যাত  সংলাপটো ব্যৱহাৰ কৰিলে।

Your Comments