হাজোত শান্তিপূৰ্ণ ভাবে ভোট দান

suman

হাজোৰ পৰা কমলাকান্ত দাস।

গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ৫৫নং হাজো বিধানসভা সমষ্টিৰ মুঠ ২১১ টা ভোট কেন্দ্ৰত আজি শান্তি পূৰ্ণ ভাবে ভোটদান সম্পূৰ্ণ হয়। প্ৰখৰ ৰদকো নেওচি বৃদ্ধ,মহিলা, যূৱ ভোটাৰ সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।hajo2

হাজোৰ মুঠ ভোটাৰ ১৬৭৩৪৮  গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ  ৮৬৭৯২ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ ৮০৫৫৬ গৰাকী। ইফালে সমষ্টিটোত ডি ভোটাৰৰ সংখ্যা ২৪৩ গৰাকী। আজি পুৱাৰে পৰা অনুষ্ঠিত ভোট গ্ৰহণ কাৰ্যৰ বুজ লয় হাজো সমষ্টিৰ  বিধায়িকা সুমন হৰিপ্ৰিয়াই ।

Your Comments