জেট এয়াৰৱেইজ বন্ধ হোৱাৰ বাবে কৰ্মসংস্থাপনহীন ২২ হাজাৰ লোক

jet

ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ বিমানসেৱা কোম্পানী জেট এয়াৰৱেইজ আনুষ্ঠানিকভাৱে বন্ধ হোৱাৰ পিছত এতিয়া কৰ্মসংস্থাপনহীন হৈ পৰিছে কোম্পানীটোৰ স্থায়ী আৰু ঠিকাভিত্তিক ২২,০০০ কৰ্মচাৰী ।

এই কৰ্মচাৰীসকলে যোৱা দুমাহে দৰমহা পোৱা নাছিল।২৬টা বেংকৰ পৰা প্রায় চাৰে আঠ হাজাৰ কোটি টকাৰ ঋণগ্ৰস্ত হৈ বন্ধ হৈ পৰিছে জেট এয়াৰৱেইজ।

Your Comments