ৰহাৰ নিজ নাৰিকলি এমই স্কুলৰ ভোটকেন্দ্ৰত ইভিএম বিকল

r

১০নং নগাঁও লোকসভা সমষ্টিৰ ৮২নং ৰহা বিধানসভা সমষ্টিৰ ২৩৮ নং ড:ফাৰুক আব্দুলা মেম'ৰিয়েল ভোটকেন্দ্ৰত ইভিএম বিকল হয় ।৭০টা ভোটদান হোৱাৰ পিছত বিকল হৈ পৰে ইভিএমটো |মেচিন বিকল হৈ পৰাৰ পিছত ভোটগ্ৰহণ বন্ধ হৈ পৰে |

ইফালে,ৰহা সমষ্টিৰ নিজ নাৰিকলি এম ই স্কুলৰ ১৪১ আৰু ১৪২ নং এম ই স্কুলৰ ভোটকেন্দ্ৰতো ইভিএমৰ সমস্যাৰ সৃষ্টি হয়।১৪২ নং কেন্দ্ৰত ৫২ জন ভোটাৰে ভোট দিয়াৰ পিছত বিকল হয় ইভিএমটো ৷আনটো কেন্দ্ৰত ১ ঘন্টা পলমকৈ অনুষ্ঠিত হয় ভোটগ্ৰহণ ৷

Your Comments