নগাঁও জিলাত ধুমুহাত ক্ষতিগ্ৰস্ত জনজীৱন

k1

নগাঁও জিলাৰ বিভিন্ন স্থানত নিশা বৰদৈচিলাৰ তাণ্ডৱত ক্ষতিগ্ৰস্ত হয় জনজীৱন । ৰাঙলুত প্ৰচণ্ড ধুমুহাত আহত হয় মহিলাসহ তিনিজন । কথমপি প্ৰাণ ৰক্ষা পৰে আহত মুছলিম আলি, মুজামুল আলি আৰু মমিনা খাতুনৰ ৷

k4
কামপুৰ-কচুৱা-কঠিয়াতলীত গছ পৰি নাগৰিকৰ আৱাসৰ ব্যাপক ক্ষতিসাধন হয়।ধুমুহাৰ পিছতে বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।

Your Comments