বিলাসীপাৰাৰ  বিভিন্ন প্ৰান্তত বিহু উৎসৱ পালন

bihu

বিলাসীপাৰাত  বিভিন্ন প্ৰান্তত বিহু উৎসৱ পালন

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন :
ৰাজ্যৰ চুকে কোনে চলিছে এতিয়া বিহুৰ পূৰ্ণ প্ৰস্তুতি।কি নগৰ কি গাঁও কি চৰাঞ্চল এতিয়া সকলোতেই আনন্দ উচাহৰ মাজেৰে ৰঙালী বিহু পালনৰ যো-যা চলিছে।

bihu2 পশ্চিম অসমত তীব্ৰ গতিত লোকসভাৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতেই নিৰ্বাচনী বতৰক একাশৰীয়া কৰি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চিৰাকুটা,জমদুৱাৰ,টোকৰাবান্ধা,টিলাপাৰা আদি অতি ভিতৰুৱা অঞ্চলত  ডেকা-গাভৰু,বৃদ্ধা আদি সকলোৱেই পালন কৰিছে ৰঙালী বিহু।

bihu5 বৃহত্তৰ চৰাঞ্চলৰ গৌৰাংপৰীয়া ৰঙালী বিহু  উদযাপন সমিতিয়ে আজিৰ পৰা ৫ দিনীয়া  কাৰ্য্যসূচীৰে উদযাপন কৰিছে ৰঙালী বিহু। 

Your Comments