দক্ষিণ কাশ্মীৰৰ ছ'পিয়াঁত সেনাৰ হাতত নিহত দুটা সন্ত্ৰাসবাদী

a

দক্ষিণ কাশ্মীৰৰ ছ'পিয়াঁ জিলাৰ গহণ্ড এলেকাত আজি পুৱা দুটা সন্ত্ৰাসবাদীক নিধন কৰে সেনাই।ইয়াৰ পূৰ্বৰ শনিবাৰটোতো হিজবুল মুজাহিদীনৰ দুটা সন্ত্ৰাসবাদীক নিধন কৰিছিল সুৰক্ষা বাহিনীয়ে।

Your Comments