৩০ মে'ৰ ভিতৰত বন্ধ খামৰ ভিতৰত দাখিল কৰক চান্দাৰ বিৱৰণ: ৰাজনৈতিক দলক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

sc

নিউজ ডেস্ক :

উচ্চতম ন্যায়ালয়ে প্ৰতিটো ৰাজনৈতিক দলক অহা ৩০ মে'ৰ ভিতৰত চান্দা হিচাপে লাভ কৰা ধনৰ বিস্তৃত তথ্য ন্যায়ালয়ৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে।৩০ মে'ৰ ভিতৰত ৰাজনৈতিক দলসমূহে বন্ধ খামৰ ভিতৰত ন্যায়ালয়ৰ ওচৰত দাখিল কৰিব লাগিব চান্দাৰ বিস্তৃত তথ্য।

Your Comments