![fire](/sites/default/files/styles/article_detail/public/2019-04/fire%201.jpg?itok=kgK2Q6uJ)
গোলাঘাটৰ পৰা মিনাক্ষী ফুকন
মঙলবাৰে নিশাৰ ভাগত গোলাঘাটৰ ৰঙাজান অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।নিৰ্মল হাজৰিকা নামৰ ব্যক্তিজনৰ বাসগৃহত শ্বৰ্টচাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত লোকজনৰ বাসগৃহটো সম্পূৰ্ণৰূপে জাহ যায়।দুটাকৈ গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণে ক্ষয়-ক্ষতি বৃদ্ধি কৰে।
অগ্নিকাণ্ডত প্ৰায় ১৫ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হ'য়।আধাঘণ্টা ধৰি প্ৰয়াস কৰাৰ অন্তত গোলাঘাটৰ অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপিত হয়।
- Log in to post comments
- 17 views