দান্তেৱাৰাত নক্সালৰ আক্ৰমণত নিহতবিজেপি বিধায়ক

nakshal

নিউজ ডেস্ক :

চত্তিছগড়ৰ দান্তেৱাৰাত আজি নক্সালপন্থী ৰ আক্ৰমণত প্ৰাণ হেৰুৱাই বিজেপি বিধায়ক ভীমা মণ্ডাৱীয়ে।নিৰ্বাচনী প্ৰচাৰৰ
বাবে যোৱা বিজেপি বিধায়ক মণ্ডাৱীৰ গাড়ীৰ কনভয়ত নক্সালপন্থীয়ে বিস্ফোৰণ ঘটোৱাৰ ফলত বিধায়কজনৰ লগতে চাৰিজন সুৰক্ষা বাহিনীৰ জোৱান নিহত হয়।

ঘটনাটো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে এই বলিদান কেতিয়াও ব্যৰ্থ নহ'ব।

Your Comments