মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ ঘনিষ্ঠলৈ আয়কৰৰ ৰঙাচকু

mp

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ ঘনিষ্ঠলৈ বাসস্থানত বিগত ৩০ ঘণ্টাতকৈ অধিক সময় ধৰি আয়কৰ বিভাগে তালাচী অব্যাহত ৰাখিছে।তালাচীত ১০-১৪কোটি টকাৰ বেহিচাপী ধন উদ্ধাৰ কৰা হৈছে।

 

ইফালে,কমল নাথে এই তালাচীক সাংবিধানিক সংস্থাসমূহক ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে কেন্দ্ৰৰ বিজেপি চৰকাৰে ব্যৱহাৰ কৰাৰ উদাহৰণ আখ্য দিছে।নিৰ্বাচনী লাভ লোৱাৰ বাবে এই তালাচী চলোৱা হৈছে বুলি তেওঁ অভিযোগ কৰে।

Your Comments