গোৱাৰ মুখ্যমন্ত্ৰী ডা:প্ৰমোদ সাৱন্তৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ

sawant

গোৱাৰ মুখ্যমন্ত্ৰী ডা:প্ৰমোদ সাৱন্তে আজি বিধানসভাত সাব্যস্ত কৰিলে বিজেপি নেতৃত্বাধীন  চৰকাৰৰ সংখ্যাগৰিষ্ঠতা।২০ গৰাকী বিধায়কে সাৱন্তক সমৰ্থন কৰে।

Your Comments