বিত্তীয় সংকটত জেট এয়াৰৱেইজ:দৰমহা দিব পৰা নাই অভিযন্তাক

jet

বিত্তীয় সংকটত জেট এয়াৰৱেইজ।বিগত তিনিমাহে দৰমহা দিব পৰা নাই বিমানসমূহ চোৱাচিতা কৰা অভিযন্তাসকলক।এতিয়ালৈকে ৪১ খন বিমানৰ উৰণ বন্ধ কৰি দিবলৈ বাধ্য হৈছে কোম্পানীটো।

Your Comments