চিআৰপিএফৰ  প্ৰতিষ্ঠা দিৱসৰ পেৰেডত পাকিস্তানক সকীয়ালে অজিত ডোভালে

doval

চিআৰপিএফৰ প্ৰতিষ্ঠা দিৱসৰ ৮০ সংখ্যক বাৰ্ষিক পেৰেডত ভাষণ প্ৰদান কৰি পাকিস্তানক সকীয়নি দিলে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে।ডোভালে কয় যে কেতিয়া,ক'ত,কিয় কৰিব লাগে,সেই বিষয়ে দেশে জানে।আমি পুলৱামা আক্ৰমণৰ প্ৰতিশোধ ললোঁ।পুলৱামা আক্ৰমণক আমি কেতিয়াও নাপাহৰোঁ।

Your Comments