![https://www.newsasn.com/node/5680](/sites/default/files/styles/article_detail/public/2019-03/6dd21ecd-e2db-4439-85e5-f951220244f5.jpg?itok=ZOjan2v6)
নগাঁৱৰ কচুৱা ৰজাআলিত পথ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে যাত্ৰীবাহী টেম্পো৷ তিনিজন লোক গুৰুতৰভাৱে আহত৷ আহতসকল মিটন ঘোষ, ধৰ্মেন্দ্ৰ বড়ো আৰু গোপেন্দ্ৰ খাকলাৰী৷ আহত দুজনক কচুৱা মডেল হাস্পতালত ভৰ্তি কৰোৱাৰ লগতে সংকটজনক অৱস্থাত মিটন ঘোষক নগাঁৱলৈ প্ৰেৰণ৷
- Log in to post comments
- 8 views