নিউজীলেণ্ডৰ মছজিদত গুলীবৰ্ষণত গুজৰাটৰ যুৱক নিহত

নিউজীলেণ্ডৰ মছজিদত গুলীবর্ষণত গুজৰাটৰ যুৱক নিহত

শুকুৰবাৰে নিউজীলেণ্ডৰ খ্ৰাইষ্টছাৰ্চৰ মছজিদত সন্ত্ৰাসবাদীৰ গুলীবর্ষণত নিহত হৈছে গুজৰাটৰ এজন যুৱক। গুজৰাটৰ নৱসাৰীৰ বাসিন্দা জুনেইড কাৰা নামৰ বিবাহিত যুৱকজন কেইবাবছৰ পূৰ্বে খ্ৰাইষ্টছাৰ্চলৈ গৈছিল। এখন বিপণীৰ গৰাকী জুনেইড শুকুৰবাৰে মছজিদলৈ নামাজ পঢ়িবলৈ গৈছিল। ইফালে গুলীবৰ্ষণৰ পিছৰে পৰা ৫জন ভাৰতীয় সন্ধানহীন হৈ আছে।

Your Comments