পাকিস্তানৰে আলোচনাৰ সম্ভাৱনা নাকচ সুষমা স্বৰাজৰ

susma

আলোচনা আৰু সন্ত্ৰাসবাদ একেলগে নচলে।আজি এইবুলি কৈ পাকিস্তানৰে আলোচনাৰ সম্ভাৱনা সম্পূৰ্ণ নাকচ কৰিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে।জঈছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক ভাৰতক অৰ্পণ কৰিবলৈ তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক আহ্বান জনায়।মাছুদ আজহাৰক ৰাষ্ট্ৰসংঘই আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰাত চীনে বাধা প্ৰদান কৰাত স্বৰাজে অসন্তুষ্টি প্ৰকাশ কৰে।

Your Comments