দেশত বিমানৰ টিকটৰ মূল্য ১০০ শতাংশ পৰ্যন্ত বৃদ্ধি

flite

সুৰক্ষা কাৰণত ভাৰত চৰকাৰে দেশত 'ব'য়িং ৭৩৭ মেক্স ৮' বিমানৰ উৰণ নিষিদ্ধ কৰাৰ পিছত উৰ্ধমুখী হৈছে টিকটৰ মূল্য।স্পাইছ জেট আৰু জেট এয়াৰৱেইছৰ কেইবাখনো উক্ত শ্ৰেণীৰ বিমানৰ সেৱা বাতিল হোৱাৰ বাবে এতিয়া দেশত বিমান আসনৰ সংখ্যা হ্ৰাস পাইছে।চাহিদা অনুযায়ী আসন  কম হোৱাৰ বাবে এতিয়া দিল্লী-মুম্বাই,মুম্বাই- চেন্নাই,মুম্বাই-কলকাতা আদি পথৰ শেষ মুহূৰ্তৰ টিকটৰ মূল্য বিগত বৰ্ষৰ একে সময়ৰ তুলনাত ১০০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে।

Your Comments