কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান : আটক ৫ সন্দেহযুক্তক

কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান : আটক ৫ সন্দেহযুক্তক

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাকিস্তান আৰু পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ প্ৰদান কৰাৰ পিছতেই কাশ্মীৰত আৰম্ভ হৈছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক নতুন যুদ্ধ৷ পুলৱামাৰ আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদীসকলক কৰায়ত্ত কৰিবলৈ সেনা আৰু পুলৱামা আৰু কাষৰীয়া ১৫খন গাঁৱত ব্যাপক অভিযান আৰম্ভ কৰিছে৷ স্থানীয় আৰক্ষীয়ে এতিয়ালৈকে ৫জন যুৱকক আটক কৰিছে৷ ২খন গাঁৱৰ পৰা এই যুৱককেইজনক আটক কৰা হৈছে৷

Your Comments