সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তান এতিয়াৰে পৰা নহয় ভাৰতৰ 'মোষ্ট ফেভাৰ্ড নেচন'

সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তান এতিয়াৰে নহয় ভাৰত 'মোষ্ট ফেভাৰ্ড নেচন'

সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তান এতিয়াৰে পৰা নহয় ভাৰতৰ 'মোষ্ট ফেভাৰ্ড নেচন'৷ বিগত সময়ত পাকিস্তানক বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত বিভিন্ন ৰেহাই প্ৰদান কৰি ভাৰতে সহায়-সহযোগিতা আগবঢ়াই আহিছিল৷ কিন্তু কালি পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণৰ পৃষ্ঠপোষকতা কৰি পাকিস্তানে ভাৰতক চূড়ান্ত বিশ্বাসঘাটকতা কৰিলে৷ ইয়াৰ প্ৰত্যুত্তৰ হিচাপেই শুকুৰবাৰে অনুষ্ঠিত সুৰক্ষা ব্যৱস্থা সন্দৰ্ভৰ কেবিনেট বৈঠকত ভাৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে৷

Your Comments