কোনখন দেশত কুকুৰে পিন্ধে চছমা ?

dog wih specles_ in japan

সূৰ্য উঠা দেশ জাপান।জাপান সন্দৰ্ভত আছে কিছু আশ্চৰ্যজনক তথ্য ।তেনে কেইটামান তথ্য হৈছে- (১) জাপানী বিজ্ঞানীয়ে সাজি উলিয়াইছে এখন বিশেষ দৰ্জা।চিনেমাতহে দেখা যায় এনে দৰ্জা ।

door

দৰ্জাখনৰ নাম  ETAF Automatic door। এজন মানুহ ইয়াৰ সন্মুখত আহিলে, মানুহজন যিমান ডাঙৰ সেই তুলনাত দৰ্জাখন আপোনাআপুনি খোল খাই যায়।

(২) জাপানত ৫০,০০০তকৈও অধিক এনে নাগৰিক আছে, যাৰ বয়স ১০০ বছৰতকৈও অধিক।

(৩) জাপানত ব্যৱহাৰ কৰা মোবাইলসমূহ ৱাটাৰপ্ৰুফ।কিয়নো ইয়াৰ বেছিভাগ মানুহেই স্নানৰ সময়তো মোবাইল ব্যৱহাৰ কৰে।

mobile

(৪) জাপানত অপৰাধীক মৃত্যুদণ্ড দিলে মৃত্যুৰ তাৰিখটো জানিবলৈ দিয়া নহয়। যাৰ বাবে অপৰাধীয়ে সদায়ভাবে যে তেওঁৰ আজি মৃত্যুৰ দিন। (৫) আমোদজনক কথা যে জাপানত মানুহৰ লগতে প্ৰায়ভাগ কুকুৰেও চছমা পিন্ধে।

Your Comments