কনৰাড চাংমাক পুনৰ সাক্ষাৎ আছু-নেছ'ৰ

কনৰাড চাংমাক পুনৰ সাক্ষাৎ আছু-নেছ'ৰ

আজি পুৱাই আছু আৰু নেছ'ৰ প্ৰতিনিধি দলে নতুন দিল্লীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক পুনৰ সাক্ষাৎ কৰে । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যসভাৰ ভিতৰত মত আদায়ৰ বাবে গ্ৰহণ কৰা ভূমিকাৰ বাবে চাংমাক উচ্চ প্ৰশংসা কৰিছে দুয়োটা সংগঠনৰ নেতৃবৰ্গ‌ই ।

Your Comments