নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ইম্ফলত হিংসাত্মক ঘটনা

২

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে মণিপুৰতো জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছে৷ আজি ৰাজধানী ইম্ফলত বিধেয়কখনক কেন্দ্ৰ কৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়৷পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় প্ৰশাসনে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে৷

Your Comments