কাশ্মীৰত ৫ সন্ত্ৰাসবাদী নিহত

2

আজি দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত সুৰক্ষা বাহিনীৰ হাতত নিহত হয় ৫ সন্ত্ৰাসবাদী৷ জিলাখনৰ কেল্লম গাঁৱৰ এটা ঘৰত লুকাই থকা সন্ত্ৰাসবাদীৰে বহু সময় ধৰি হোৱা সংৰ্ঘষত সুৰক্ষা বাহিনীয়ে হত্যা কৰে সন্ত্ৰাসবাদী কেইটাক৷ ইয়াৰ পূৰ্বে যোৱা এক ফেব্ৰুৱাৰীত পুলবামাত সুৰক্ষা বাহিনীৰ হাতত নিহত হৈছিল জৈছ-এ-মহম্মদৰ দুটা সন্ত্ৰাসবাদী৷ ৫ সন্ত্ৰাসবাদীক নিধন কৰি আজি সুৰক্ষা বাহিনীয়ে উল্লেখ যোগ্য সফলতা অৰ্জন কৰিলে৷ 

Your Comments