সাগৰত বিলীন হ'ব পৃথিৱীৰ বহু অঞ্চল!

সাগৰত বিলীন হ'ব পৃথিৱীৰ বহু অঞ্চল!

পূৰ্বতকৈ অধিক ভয়াৱহ ৰূপত বৃদ্ধি পাইছে সাগৰ পৃষ্ঠৰ উচ্চতা৷ এনে উচ্চতা বৃদ্ধিৰ বাবেই সাগৰৰ ওচৰত অৱস্হিত বিশ্বৰ ভালেকেইখন চহৰ কেইটামান বছৰৰ ভিতৰতেই সম্পূৰ্ণৰূপে বুৰ যোৱাৰ আশংকা কৰা হৈছে৷ প্ৰতিবছৰে বিশ্বৰ সাগৰ পৃষ্ঠৰ উচ্চতা তিনি মিলিমিটাৰকৈ বৃদ্ধি পাই যোৱাৰ ভয়াৱহ তথ্য সদৰী কৰিছে ভাৰতৰ নেচনেল ইনষ্টিটিডট অব্‌ অচেন'গ্ৰাফীয়ে৷

এই সংস্হাটোৰ এজন বিজ্ঞানীয়ে জানিবলৈ দিয়ামতে, গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই পৃথিৱীৰ সাগৰ পৃষ্ঠৰ উচ্চতা প্ৰতিবছৰে ভয়াৱহ ৰূপত বৃদ্ধি পাই আহিছে৷

Your Comments