মধ্যবিত্তৰ আয়কৰ ৰেহাইৰ সৰ্বোচ্চ সীমা ৫ লাখলৈ বৃদ্ধি

মধ্যবিত্তৰ আয়কৰ ৰেহাইৰ সৰ্বোচ্চ সীমা ৫ লাখলৈ বৃদ্ধি

অন্তৱৰ্তীকালীন বাজেটত মধ্যবিত্তক বৃহৎ সকাহ৷ নিৰ্বাচনমুখী অন্তৱৰ্তীকালীন বাজেটত দেশৰ মধ্যবিত্ত শ্ৰেণীক সুখী কৰিবলৈ প্ৰয়াস কৰিলে বিত্তমন্ত্ৰী পীয়ূষ গোৱালে। দেশৰ মধ্যবিত্ত বৰ্গৰ দীৰ্ঘদিনৰ দাবীৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে আয়কৰ ৰেহাইৰ সৰ্বোচ্চ সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰে। ইয়াৰ পূৰ্বে এই সীমা আছিল আঢ়ৈ লাখ টকা।

Your Comments