তেওঁ প্ৰায় এবছৰৰ পৰা পেংক্ৰিয়াছ কৰ্কট ৰোগৰ সৈতে যুঁজি আছে। তেওঁৰ শৰীৰত এতিয়া কৰ্কট ৰোগৰ অগ্ৰণী অৱস্থা।তেওঁ দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী,বৰ্তমান গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকাৰ।কৰ্কটৰ অগ্ৰণী অৱস্থাত থকা স্বত্বেও মুখ্যমন্ত্ৰীৰ দায়িত্ব সুকলমে পালন কৰি তেওঁ এতিয়া 'হাৰি নোযোৱা মনোভাৱ'ৰ যথাৰ্থ প্ৰতীক।
- Log in to post comments
- 42 views