আদিবাসী জাতীয় মহাসভাৰ অসম বন্ধৰ কঠিয়াতলীত মিশ্ৰিত প্ৰভাৱ

w

আদিবাসীসকলৰ জনজাতিকৰণৰ দাবীত আজি পুৱাৰে পৰা আদিবাসী জাতীয় মহাসভাই আহ্বান জনোৱা বাৰ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ নগাওঁ জিলাৰ কঠিয়াতলীত দুপৰীয়ালৈকে মিশ্ৰিত পৰিলক্ষিত হৈছে । আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত যান-বাহন চলাচল কৰিছে। দূৰণিবটীয়া গাড়ীৰ চলাচল বন্ধ আছে। অৱশ্যে খোলা আছে দোকান-বজাৰ৷

Your Comments