জনজাতি সংগঠনসমূহৰ অসম বন্ধত গমাৰিআটিত বিক্ষিপ্ত ঘটনা

ৌ

ট্ৰাইবেল সংঘ আৰু জনজাতি সমন্বয়ৰক্ষী পৰিষদৰ অসম বন্ধত নগাঁৱৰ গমাৰিআটিত বিক্ষিপ্ত ঘটনা সংঘটিত হয় ৷ বন্ধ সমৰ্থকে ক্ষতিসাধন কৰে ট্ৰাকৰ৷ বন্ধ সমৰ্থকসকলে বিভিন্ন প্ৰকাৰেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

Your Comments