ট্ৰাইবেল সংঘৰ অসম বন্ধ কঠিয়াতলিত সৰ্বাত্মক

ো

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি জনজাতি সমন্বয়ৰক্ষী পৰিষদে ঘোষনা কৰা অসম বন্ধৰ প্ৰভাৱ নগাঁও জিলাৰ কঠিয়াতলিত সৰ্বাত্মক পৰিলক্ষিত হৈছে ৷ অৱশ্যে কামপুৰৰ কচুৱাত চলি থকা ইস্তামাৰ গাড়ীসমূহ প্ৰশাসনে বৃহৎসংখ্যক আৰক্ষী আৰু চি আৰ পি নিয়োগ কৰি পাৰ কৰিছে।
 

Your Comments