নগাঁৱৰ ৰেঙবেঙৰ পথ দুৰ্ঘটনাত নিহত ১

নগাঁৱৰ ৰেঙবেঙৰ পথ দুৰ্ঘটনাত নিহত ১

নগাঁৱৰ ৰেংবেঙত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। ট্রেইলাৰ আৰু মালবাহী টাটা মেজিকৰ মুখামুখি সংঘৰ্ষ। মুখামুখি সংঘৰ্ষত চূৰ্ণ-বিচুৰ্ণ মালবাহী টাটা মেজিক। গুৰুতৰভাৱে আহত অচিনাক্ত মেজিক চালক।

নগাঁৱৰ১ৰেঙবেঙৰ১পথ১দুৰ্ঘটনাত১নিহত১১

সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰে যদিও মৃত্যুক সাৱটি লয় লোকজনে। নিহত লোকজন মৰিকলং ধেপাজানৰ থানুমনি কলিতা। দুৰ্ঘটনাগ্ৰস্ত মেজিকখনৰ নম্বৰ এ এছ-০২ বি চি-৭৮৪৮।

নগাঁৱৰ১ৰেঙবেঙৰ১পথ১দুৰ্ঘটনাত১নিহত১১

ইফালে দুৰ্ঘটনা সংঘটিত কৰি ট্রেইলাৰখন পলায়ন কৰিব খোজে যদিও পিছে পিছে খেদি জব্দ কৰে ট্রেইলাৰখন। পলায়ন কৰিব খোজা ট্রেইলাৰখনৰ নং এ এছ-০২ ডি ডি-৪৭১৫৷

Your Comments