নগাঁৱৰ কঠিয়াতলিৰ ৰেংবেংত ভয়ংকৰ পথ দুৰ্ঘটনা 

w

বলেৰ' পিক আপ গাড়ীৰে আকাশী গঙ্গাৰ বনভোজস্থলীৰ পৰা বনভোজ খাই আহি থকা অৱস্থাত পথৰ কাষৰ ৰেলিঙত খুন্দা মৰাত সংঘটিত হয় এই দুৰ্ঘটনাটো। বলেৰ' পিক আপ বাহনখনৰ থকা ১২ জন লোক আহত হয়। আহত কেইজনক ততাতৈয়াকৈ কঠিয়াতলি স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও সংকট জনক অৱস্থাত দুজনক নগাঁৱলৈ প্ৰেৰণ।

আহত আটাইকেইজন নগাঁৱৰ ৰূপহীৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰি চালকসহ হেণ্ডিমেনজন পলায়ন কৰে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এছ-০২-বিচি-৭০৮৩৷

Your Comments