ৰাঙলুত চুৰি গাড়ী জব্দ 

ো

কালি নিশা ৰাঙলু আৰক্ষীয়ে অভিযান চলাই এখন চুৰি বলেৰ' পিকা-আপ ভান জব্দ কৰে৷ আৰক্ষীক দেখি বাহন এৰি পলায়ন কৰে গাড়ী চোৰে। গুৱাহাটীৰ পৰা ডিমাপুৰ অভিমুখে আহি থকা অৱস্থাত জব্দ কৰে চুৰি গাড়ীখন। জব্দ কৰা বাহনখনৰ নম্বৰ এছ২৫চিচি-১৫৮৭৷
 

Your Comments