কামপুৰ লুটুমাৰীত অগ্নিকাণ্ড

কামপুৰ লুটুমাৰীত অগ্নিকাণ্ড


# কামপুৰ লুটুমাৰীত ভয়ংকৰ অগ্নিকাণ্ড।

# এখন গেলামালৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।

# ক্ষয়-ক্ষতিৰ পৰিমাণ লক্ষাধিক হ'ব বুলি অনুমান কৰা হৈছে।

# স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণ কৰে।

# অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

Your Comments