নগাঁৱৰ বৰক'লাত বন্যহস্তীৰ তাণ্ডৱ

নগাঁৱৰ বৰক'লাত বন্যহস্তীৰ তাণ্ডৱ

# নগাঁৱৰ বৰক'লা পালেংতলিত বনৰীয়া হাতীৰ তাণ্ডৱ।

# ২০/২৫টা বনৰীয়া হাতীয়ে নষ্ট কৰিছে কুঁহিয়াৰ, সৰিয়হ খেতি আৰু গছ-গছনি।

# হাতীৰ জাকটোত আছে ৬/৭টা পোৱালি।

# বনৰীয়া হাতী চাবলৈ বহু লোকৰ সমাগম হয় পালেংতলিত।

Your Comments