নগাঁৱৰ কঠীয়াতলিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১

নগাঁৱৰ কঠীয়াতলিত পথ দুৰ্ঘটনাত নিহত ১

নগাঁৱৰ কঠীয়াতলিত ভয়ংকৰ পথ দুৰ্ঘটনা ।

পথৰ মাজত চূৰ্ণ-বিচূৰ্ণ অৱস্থাত উদ্ধাৰ এখন বলেৰ' পিক-আপ ভান ।

থিতাতে নিহত বঢ়মপুৰৰ হাতীআনি ভেটাৰ ধীৰেন বৰা নামৰ চালকজন ।

নগাঁৱৰ দিশৰ পৰা ডবকা অভিমুখে বিলাতী সুৰা লৈ আহিছিল বাহনখন ।

বৰ্তমানেও কেনেকৈ দুৰ্ঘটনা সংঘটিত হ'ল জানিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এ এছ-০১ জি চি-৯১৫১ ৷

Your Comments