অস্কাৰৰ দৌৰত থমকিল ভিলেজ ৰকষ্টাৰ্ছ

অস্কাৰৰ দৌৰত থমকিল ভিলেজ ৰকষ্টাৰ

প্ৰতিজন অসমীয়াৰ আবেগ জড়িত হৈ থকা ৰীম দাসৰ বহু প্ৰত্যাশিত অসমীয়া ছবি "ভিলেজ ৰকষ্টাৰ্ছ" অৱশেষত থমকি ৰ'ল অস্কাৰৰ দৌৰত ।

সন্মানীয় অস্কাৰত ভুমুকি মৰা প্ৰথম অসমীয়া ছবিখনক লৈ প্ৰতিজন অসমীয়াই আশা কৰি থকাৰ সময়তে আহিছে এই দুঃখবৰ ।

তথাপিও অসমবাসীয়ে গৌৰৱ অনুভৱ কৰিছে ৰীমা দাসৰ ছবিখনক লৈ ।

অস্কাৰত প্ৰৱেশৰ পৰা বাহিৰ হ'লেও সামাজিক মাধ্যমত ৰীমা দাসক প্ৰতিজন অসমীয়াই ধন্যবাদ আৰু শুভেচ্ছা জনাইছে অসমীয়া ছবিক বিশ্বৰ বুকুত তুলি ধৰাৰ বাবে ।

Your Comments