নগাঁৱৰ ৰাঙলুত ৰাজেন গোঁহাইৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

নগাঁৱৰ ৰাঙলুত ৰাজেন গোঁহাইৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

নগাঁৱৰ ৰাঙলুত সোমবাৰে নিশা কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত ।

তীব্ৰবেগী তেলৰ টেংকাৰে মহতিয়াই নিয়ে ৰাজেন গোঁহাইৰ কনভয়ৰ গাড়ী ।

নগাঁৱৰ ৰাঙলুত ৰাজেন গোঁহাইৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

কথমপি প্ৰাণ ৰক্ষা চালকসহ কেইবাজনো লোকৰ ।

কামপুৰ চাইবুক গাঁৱত পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলাই উভতি অহাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয় ।

দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন নম্বৰ (কনভয়)এ এছ-৩০-৮০৬৯ আৰু টেংকাৰখনৰ নং এ এচ-০২ এ চি-৯৪৮৭ ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ টেংকাৰখন জব্দ কৰে ।

Your Comments