কামপুৰত মাতৃ-পুত্ৰৰ নৈত জাঁপ : ১০ দিনৰ মূৰত উদ্ধাৰ পুত্ৰৰ মৃতদেহ

কামপুৰত১মাতৃ-পুত্ৰৰ১নৈত১জাঁপ১ো১১০১দিনৰ১মূৰত১উদ্ধাৰ১পুত্ৰৰ১মৃতদেহ

কামপুৰৰ পটিয়াপামৰ হাতীপোতা মন্দিৰ ঘাটত সংঘটিত শোকাৱহ ঘটনাৰ আজি ১০ দিন ।

১০ দিনৰ মূৰত উদ্ধাৰ সন্ধানহীন পাঁচ বছৰীয়া শিশু হিমাংশু বৰা ।

কামপুৰ ন-দেউৰী গাঁৱৰ বালিকুছিৰ কপিলী নদীত উদ্ধাৰ শিশুটি ।

পুৱাই কপিলী নদীত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ।

মাতৃৰ অশ্লীল ফটো ভাইৰেল হোৱাৰ বাবেই সন্তানক লগত লৈ মাতৃ দীপিকা বৰাই আত্মহত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ স্থানীয় লোকৰ ।

বৰ্তমানেও মাতৃ দীপিকা বৰা আৰক্ষীৰ জিম্মাত যদিও উচিত শাস্তিৰ দাবী কৰিছে স্থানীয় লোকে ।


 

Your Comments