কামপুৰত হৃদয় বিদাৰক ঘটনা : পুত্ৰক বুকুত সাৱটি মাতৃৰ নৈত জাঁপ

কামপুৰত হৃদয় বিদাৰক ঘটনা : পুত্ৰক বুকুত সাৱটি মাতৃৰ নৈত জাঁপ

কামপুৰৰ পটিয়াপামত হৃদয় বিদাৰক ঘটনা ।

স্কুলৰ পৰা ঘূৰি অহাৰ পথত পুত্ৰক কোলাত লৈ কপিলীত জাঁপ মাতৃৰ ।

কামপুৰত হৃদয় বিদাৰক ঘটনা : পুত্ৰক বুকুত সাৱটি মাতৃৰ নৈত জাঁপ

পাঁচবছৰীয়া শিশুটি বৰ্তমানেও সন্ধানহীন । মাতৃ দিপীকা বৰাক উদ্ধাৰ কৰে স্থানীয় লোকে ।

কামপুৰৰ পটিয়াপামৰ হাতীপোতা মন্দিৰৰ ঘাটত এই ঘটনা ।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দিপীকা বৰাক আটক কৰিছে ।

ঘৰত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে ।

Your Comments