নগাঁৱত বন বিভাগৰ অভিযানত জব্দ অবৈধ বালি-শিল কঢ়িওৱা ট্ৰাক

নগাঁৱত বন বিভাগৰ অভিযানত জব্দ অব্যধ বালি-শিল কঢ়িওৱা ট্ৰাক

নগাঁৱৰ কঠীয়াতলীত বন বিভাগৰ অভিযান ।

এখনকৈ অবৈধ বালি আৰু শিলৰ ট্ৰাক জব্দ । 

চাংমাজী ১নং মহলৰ পৰা অবৈধভাৱে বালি কঢ়িয়াই আনিছিল ট্ৰাকখনে ৷

https://www.newsasn.com/node/3074

ট্ৰাকখন ৰাইজৰ সহযোগত জব্দ বিভাগৰ ।

বালিৰ ট্ৰাকখনৰ নম্বৰ এ এছ-০৯ এ চি-১৪১৮ ৷

আনফালে শিলৰ ট্ৰাকখনৰ নম্বৰ এ এম ই ৩৪৪৪ ৷

Your Comments