নাহৰকটীয়াত ষট পূজা উদযাপন : বুঢ়ীদিহিং নৈৰ পাৰত সূৰ্য দেৱতাক পূজা অৰ্চনা 

ে

নাহৰকটীয়াৰ পৰা সমীৰণ বৰুৱা
সূৰ্য দেৱতাক স্তুতিৰে নাহৰকটীয়াৰ বুঢ়ীদিহিং নদীৰ ঘাটত সম্পন্ন হ'ল পৱিত্ৰ ষট পূজা ৷ মঙ্গলবাৰৰ বিয়লিৰ পৰা ষট পূজা উপলক্ষে লোকে লোকাৰন্য হৈ পৰে নাহৰকটীয়াৰ পূজাস্থলী ৷ চহৰৰ বিভিন্ন স্থানৰ পৰা আহি নাহৰকটীয়াৰ পূজাস্থলীত ভীৰ কৰেহি ভক্তই  ৷ সূৰ্য বন্দনাত মুখৰিত হৈ পৰে বুঢ়ীদিহিং পাৰ ৷ শিশুৰ পৰা আবালবৃদ্ধালৈ সূৰ্য দেৱতাক স্তুতি ৷ পুৱা পৰা সূৰ্যোদয় হোৱাৰ আগৰে পৰা মাটিৰ চাকিৰে আলোকিত হৈ পৰে বুঢ়ীদিহিং নৈৰ বালিচৰ ৷

Your Comments