নগাঁৱৰ ননৈত পথ দুৰ্ঘটনাত থিতাতে নিহত ১

নগাঁৱৰ ননৈত পথ দুৰ্ঘটনাত থিতাতে নিহত ১

নগাঁৱৰ ননৈৰ ঘুৰঘিত পথ দুৰ্ঘটনা ।

টেম্প' আৰু বাইকৰ মুখামুখি সংঘৰ্ষত এজন লোক নিহত ।

নিহত লোকজনৰ নাম অপূৰ্ব শইকীয়া ।

টেম্প'খনৰ তিনিজন লোকো আহত হয় ।

বাইক আৰোহীজনৰ ঘৰ কঠীয়াতলীৰ জুমৰমুৰত আৰু সামাজিক-সাংস্কৃতিক অনুষ্ঠান ৰাংঢালী গোষ্ঠীৰ এজন সদ্স্য ।

শিক্ষক শইকীয়াৰ আকস্মিক মৃত্যুত ৰাংঢালী গোষ্ঠীয়ে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

Your Comments