ওদালগুৰিৰ গৰুৱাঝাৰত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত ১

ওদালগুৰিৰ গৰুৱাঝাৰত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত ১

ওদালগুৰিৰ গৰুৱাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত মান্‌গ্ৰী মুণ্ডা নামৰ এগৰাকী মহিলা ৷ নিজৰ স্বামীৰ সৈতে চাইকেলেৰে জীয়েকৰ ঘৰলৈ গৈ আছিল মহিলাগৰাকী ।

চাইকেলেৰে গৈ থকা অৱস্থাতে ট্ৰাকে পিছফালৰ পৰা খুন্দিয়াই মহটিয়াই লৈ যায় মহিলাগৰাকীক ৷ আজি পুৱা ১১.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা ৷

ফলত ঘটনাস্থলীতে নিহত হয় মহিলাগৰাকী । ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাকখন ।
 

Your Comments