
নিউজ ডেস্ক:
অসমীয়া কথাছবি ‘ৰঘুপতি’ৰ মুক্তিত নিষেধাজ্ঞা৷
ছবিখন অনিৰ্দিষ্টকালৰ বাবে মুক্তিত নিষেধাজ্ঞা জাৰি কৰিছে ন্যায়ালয়ে ৷উল্লেখ্য যে,পূৰ্বৰ প্রযোজক শৈলেন কুমাৰ শৰ্মাৰ সৈতে চুক্তি উলংঘা কৰাৰ অভিযোগত গোচৰ তৰিছিল পুত্র ধৃতিমান শৰ্মাই।
- Log in to post comments
- 8 views