নিউজ ডেস্ক:
দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল'লে উদয় উমেশ ললিতে।ৰাষ্ট্ৰপ্রতি দ্ৰৌপদী মুৰ্মুৱে পাঠ কৰোৱাই শপত বাক্য।উল্লেখ্য যে,দেশৰ ৪৯সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপত লয় ললিতে।মুখ্য ন্যায়াধীশ চি ভি ৰমন্নাৰ উত্তৰসুৰী হ'ব উদয় উমেশ ললিত।
- Log in to post comments
- 8 views